Instructions

Steps to be Followed

  • Register by providing required fields.
  • Fill up the Application Form.
  • Preview and Submit your Application Form.
  • Verify Mobile No. by providing OTP.

  • For best performance use

    1. Candidates are requested to go through the complete advertisement and read the complete instructions before applying. Advertisement
    2. For Passport Size Photograph:
      • Photograph must be in colour and must be in white background and must have been taken after 1st January 2020
    3. For Signature OR Thumb Impression:
      • Signature OR thumb impression must be taken with a black or dark blue ink on a white paper.
    4. Documents to be uploaded:
      • Admit card / certificate of HSLC or equivalent examination for proof of Age.
      • Marksheet of HSLC or HSSLC as applicable
      • Caste Certificate from competent authority (if applicable).
      • EWS certificate from competent authority (if applicable).
      • Employment Exchange Registration Card/Certificate

      Note: The size of the scanned documents should be 100KB to 250 KB (JPEG,JPG,PNG format only)

    নিৰ্দেশনা

    তলৰ পদক্ষেপবোৰ অনুসৰণ কৰক

    1. প্রয়োজনীয় ক্ষেত্রসমূহ পূৰণ কৰি নিবন্ধন কৰক।
    2. আবেদন পত্ৰখন সম্পূৰ্ণ কৰক।
    3. পূৰ্বলোকণ কৰি আবেদন পত্ৰখন জমা দিয়ক।
    4. OTP দি আপোনাৰ মোবাইল নম্বৰটো সত্যাপিত কৰক।

    সৰ্বোত্তম প্ৰদৰ্শনৰ বাবে ব্যবহাৰ কৰক

    1. প্ৰাৰ্থী সকলে আবেদন কৰা আগতে বিজ্ঞাপনটো স্পষ্টকৈ পঢ়ে যেন Advertisement
    2. পাচপ'ৰ্ট ফটোগ্ৰাফ্ ৰ বাবে :
      • ফটোগ্ৰাফ ৰঙীন আৰু পটভূমি বগা হব লাগিব । ফটোগ্ৰাফ ২ জানুৱাৰী ২০২০ ৰ পাছত টোলা হব লাগিব ।
    3. চহী বা অংগুষ্ঠ চাপৰ বাব
      • চহী বা অংগুষ্ঠ চাপ বগা কাগজত আৰু নীলা বা ক'লা ৰঙৰ চিয়াঁহী ব্যৱহাৰ কৰিব লাগিব
    4. আপলডৰ বাবে নথি পত্ৰ সমূহ:
      • হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ এডমিট কাৰ্ড বয়সৰ প্ৰমাণ পত্ৰ হিচাপে ।
      • হাইস্কুল শিক্ষান্ত পৰীক্ষা / উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষা উত্তিৰ্ণ হোৱা প্ৰমাণ পত্র (প্ৰযোজ্য সাপেক্ষে)।
      • অনূসুচীত জাতি, অনূসূচীত জনজাতি আৰু অন্যান্যভাবে পিচপৰা জাতিৰ অনৰ্গত প্ৰাৰ্থীসকলৰ বাবে জাতি/বৰ্ণৰ প্ৰমান পত্ৰ (প্ৰযোজ্য সাপেক্ষে)।
      • আৰ্থিক ভাবে পিছপৰা সকলৰ বাবে EWS প্ৰমাণ প্ৰত্ৰ (প্ৰযোজ্য সাপেক্ষে)।
      • নিয়োগ বিনীময় কেন্দ্ৰৰ নাম অন্তৰ্ৰভুক্তিৰ প্ৰমাণ পত্ৰ ।

      টোকা: স্কেন নথি পত্ৰ সমূহ ১০০ কেবি আৰু ৫০০ কেবি'ৰ মাজত হ'ব লাগিব (জেপেগ, জেপিজি, পিএনজি আৰ্হি গ্ৰহন কৰা হ'ব)।

    Registration

    Registration Process is closed now